কমলাকমলা রং

কমলা টেঙা (Assamese) [ Roman: ko.mo.la tenga]
co.adj: কেঁচা~, টেঙা~, পকা~, মিঠা~, plc: -বিলাক, -বোৰ, -সমূহ, dfc: -খিনি, -টো
Contributed by: Bikram M Baruah on 2010-12-24
1. Fruits(Common Noun) a citrus fruit with a color that can be produced by mixing red and yellow known by the same name (orange). ৰঙা আৰু হালধীয়া ৰঙৰ সংমিশ্ৰণত সৃষ্টি কৰিব পৰা একে নামৰ ৰঙৰ (কমলা) এক টেঙা জাতীয় ফল